অসম

কাইলৈ মাজুলীলৈ যাব ৰাজ্যপাল জগদীশ মুখী, কি কি কাৰ্যসূচীত ভাগ ল’ব ৰাজ্যপালজনে?

দেওবাৰে দুদিনীয়া চৰকাৰী কাৰ্যসূচী লৈ মাজুলীলৈ যাব ৰাজ্যপাল জগদীশ মুখী। সপত্নীক ৰাজ্যপালগৰাকীয়ে সত্ৰদ্বীপ মাজুলী ভ্ৰমণ কৰিব। মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ লগতে দক্ষিণপাট সত্ৰ দৰ্শন...

৫ দিন ধৰি সন্ধানহীন দন্দেশ্বৰ বৰগোহাঁই ওৰফে সোপোকা, যুৱকজনক বিচাৰি পৰিয়ালৰ হাহাকাৰ

যোৱা ৫ দিন ধৰি সন্ধানহীন হৈ আছে শদিয়াৰ এগৰাকী যুৱক। শদিয়া আৰক্ষী থানাৰ অন্তৰ্গত দুপনী বিহিয়া গাঁৱৰ নিবাসী দন্দেশ্বৰ বৰগোহাঁই ওৰফে সোপোকা দেওবাৰৰ পৰা...

কেনেকৈ, ক’ৰ পৰা আহিল ‘চেমখৰ’ নিৰ্মাণৰ ধাৰণা?

অৱশেষত চিত্ৰগৃহত মুক্তি লাভ কৰিব বহুচৰ্চিত চেমখৰে। গুৱাহাটীত বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে চিনেমাখনৰ। বিশ্ব চলচ্চিত্ৰ জগতৰ কান চলচ্চিত্র মহোৎসৱত অসমৰ অভিনেত্রী তথা ছবি নির্মাতা...

কাৰ্বি আংলঙৰ বানাক্ৰান্তক খাদ্য সামগ্ৰী যোগান আজমল ফাউণ্ডেচনৰ

বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন ঠাইত বানপানীৰ সৃষ্টি হৈছে। এনে দুৰ্যোগৰ সময়ত আৰ্তজনৰ কাষত থিয় দিলে ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা...

পুনৰ বহি:ৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ!

পুনৰ বহি:ৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ। বাংগালোৰত মৃত্যু নাৰায়ণপুৰৰ পোৰাবিল গাঁৱৰ মৌচুমী শইকীয়া নামৰ যুৱতীগৰাকীৰ। আজি পুৱা ১০ মান বজাত বাংগালোৰ আৰক্ষীয়ে যুৱতী গৰাকীৰ...

Popular