অসম

সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত ১ লাখ গছপুলি ৰোপণ

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত টেঙানিৰ দুই নৈৰ মুখত আজি পুৱাৰে পৰা এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। সেউজী ধৰণীৰ সপোন বাস্তৱায়িত...

বিজেপি বিধায়কৰ কথা নুশুনাটোৱেই কাল হ’ল নেকি SI জোনমণিৰ?

বিজেপি বিধায়কৰ কথা নুশুনাটোৱেই কাল হ’ল নেকি জোনমণিৰ? বিধায়ক অমিয় ভূঞাৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ কৰিছিল জোনমণিয়ে। ফোনতেই বিধায়ক জনক SI জোনমণিয়ে দিয়া নীতি শিক্ষা...

আজিৰ দিনটো কেনে যাব আপোনাৰ? NK ৰাশিফল

মেষ : পাণ্ডিত্য প্রতিভা প্রকাশ পাব। ভাতৃৰ উন্নতিয়ে আনন্দ দিব। মনোবল অটুট থাকিব। ৰক্তজনিত ৰোগত ভুগিব পাৰে। ভ্ৰমণত শুভ। বিদ্যাত কষ্ট। বৃষ : কর্মত দৃঢ়তা...

দ্ৰুতবেগী গাড়ীৰ খুন্দাত তিৱা ছাত্ৰ নেতা চাংকিন মাদাৰৰ অকাল বিয়োগ

জাগীৰোডত তিৱা ছাত্ৰ নেতাৰ অকাল বিয়োগ। সোমবাৰে নিশা আমলিঘাটত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এখন অচিনাকী বাহনৰ খুন্দাত থিতাতে মৃত্যু হয় চাংকিন মাদাৰৰ। সদৌ...

মঙলদৈত জঘণ্য ঘটনা, শিক্ষকৰ কামনাৰ বলি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী!

মঙলদৈত জঘণ্য ঘটনাশিক্ষকৰ কামনাৰ বলি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীতিনিদিন পূৰ্বে সংঘটিত হৈছিল ঘটনাটোনিতুমণি দাস নামৰ শিক্ষকজনৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগমঙলদৈৰ ৰামহৰি নিৱাসী নিতুমণি দাসশিক্ষকজনৰ বিৰুদ্ধে মঙলদৈ...

Popular