অসম

নগৰাঞ্চলৰ বাবে ভূ-জল প্ৰাধিকৰণে জাৰি কৰিছে বিশেষ জাননী

এতিয়াৰে পৰা ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰিলেও দিব লাগিব কৰ। ভূ-জল প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনাৰ পিছতে হাহাকাৰ লাগিছে ৰাইজৰ। চৰকাৰৰ সিদ্ধান্তক লৈ তীব্ৰ ক্ষোভ 'এৰিডা'ৰ। https://www.youtube.com/watch?v=tFiiC3zJcM0

ছোৱালীজনীয়ে কষ্ট কৰিছিল, স্বামীয়ে সহযোগ কৰিছিল

সপোনবোৰ কেৱল মোৰ নহয়, প্ৰণৱ-মৃদুলা আমাৰ দুয়োৰে। ছোৱালীজনীয়ে কষ্ট কৰিছিল, স্বামীয়ে সহযোগ কৰিছিল। বাচন ধোৱা, ভাত বনোৱা কামবোৰ কেৱল মহিলাৰে নেকি? চৰকাৰী চাকৰি, সাম্প্ৰতিক...

গুৰুতৰভাৱে অসুস্থ চিত্ৰশিল্পী নীলপৱন বৰুৱা

গুৰুতৰভাৱে অসুস্থ বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱা। বিগত তিনিদিন ধৰি GMCHত চিকিৎসাধীন হৈ আছে বিশিষ্ট চিত্ৰশিল্পীগৰাকী। বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা কৰি আছে সম্প্ৰতি ICUত থকা...

অসমে আশা কৰিছে ২০টা সোণৰ পদক

ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ৰ বাবে সাজু অসমকেইবাগৰাকীও তাৰকা খেলুৱৈৰ উপস্থিতিত আত্মবিশ্বাস দৃঢ় অসম দলৰঅসমৰ লক্ষ্য প্ৰথম ৫টা স্থানইতিমধ্যে ভাগে ভাগে দলসমূহ ৰাওনা হৈছে গুজৰাটলৈনতুন দিল্লীত...

ৰুটিৰ লগত মাংস ফ্ৰী!

আটা বা চুজি কিনোঁতে সাৱধানৰুটিৰ লগত খাবলগীয়া হ’ব পাৰে পোকমানে ৰুটিৰ লগত মাংস ফ্ৰী!যোৰহাট তথা উজনিৰ নাম থকা ব্ৰেণ্ড ৰাধাভোগখোৱাৰ অনুপযোগী বস্তু বিক্ৰী কৰাৰ...

Popular