গুৰুতৰভাৱে অসুস্থ চিত্ৰশিল্পী নীলপৱন বৰুৱা

গুৰুতৰভাৱে অসুস্থ বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱা। বিগত তিনিদিন ধৰি GMCHত চিকিৎসাধীন হৈ আছে বিশিষ্ট চিত্ৰশিল্পীগৰাকী। বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা কৰি আছে সম্প্ৰতি ICUত থকা নীলপৱন বৰুৱাক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আহি আছে ‘অৰ্ণৱ’! কোন কোন ৰাজ্যত প্ৰভাৱ পেলাৱ ‘অৰ্ণৱ’ ঘূৰ্ণীবতাহে?

আজি নিশা স্থলভাগত প্ৰৱেশ কৰিব ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৱে। ওড়িশা, অন্ধ্ৰপ্ৰদেশ...

এছিয়ান গেমছত মীৰাবাই চানুৰ প্ৰথমটো পদক, ২৮ বছৰৰ মূৰত ভাৰতলৈ আহিল ভাৰোত্তোলনত ৰূপৰ পদক

মীৰাবাই চানুৰ প্ৰথমটো এছিয়ান গেমছৰ পদক এছিয়ান গেমছৰ কেৰিয়াৰত প্ৰথমটো...

মহানগৰীত গুৱাহাটীত পুনৰ সক্ৰিয় ভুৱা চাৰ্টিফিকেট চক্ৰ; দালালৰ জালত পৰি সৰ্বশ্ৰান্ত পৰিয়াল

মহানগৰী গুৱাহাটীত পুনৰ সক্ৰিয় ভুৱা চাৰ্টিফিকেট চক্ৰ। হাইস্কুল শিক্ষান্ত...

বি/হ খুৱাই হত্যাৰ চেষ্টা মহিলাক; লখিমপুৰ থানাৰ ASIৰ বিৰুদ্ধে মহিলাক প্ৰতাৰণা কৰাৰ অভিযোগ

লখিমপুৰৰ লালুক থানাৰ APRO শাখাৰ ASI দেৱজিৎ বৰাৰ বিৰদ্ধে...