ৰুটিৰ লগত মাংস ফ্ৰী!

আটা বা চুজি কিনোঁতে সাৱধান
ৰুটিৰ লগত খাবলগীয়া হ’ব পাৰে পোক
মানে ৰুটিৰ লগত মাংস ফ্ৰী!
যোৰহাট তথা উজনিৰ নাম থকা ব্ৰেণ্ড ৰাধাভোগ
খোৱাৰ অনুপযোগী বস্তু বিক্ৰী কৰাৰ পিছতো নহয় দায়বদ্ধ
খাদ্য সুৰক্ষা বিভাগে ৰাধাভোগৰ ওপৰত ব্যৱস্থা ল’বনে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বি/হ খুৱাই হত্যাৰ চেষ্টা মহিলাক; লখিমপুৰ থানাৰ ASIৰ বিৰুদ্ধে মহিলাক প্ৰতাৰণা কৰাৰ অভিযোগ

লখিমপুৰৰ লালুক থানাৰ APRO শাখাৰ ASI দেৱজিৎ বৰাৰ বিৰদ্ধে...

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...