অসম

অনলাইন শ্বপিঙে দখল কৰিছে পূজাৰ বজাৰ

সেমেকা পূজাৰ বজাৰঅনলাইন শ্বপিঙৰ আগ্ৰাসনমূৰে-কপালে হাত দিছে ব্যৱসায়ীয়েসাজপাৰ, জোতা, প্ৰসাধন সামগ্ৰীত ৪০% বৃদ্ধিবহিঃৰাজ্যৰ আমদানিকৃত কাপোৰত ৪০% বৃদ্ধিকপাহী কাপোৰতো ৫০% দাম বৃদ্ধিঅনলাইন শ্বপিঙে দখল কৰিছে...

ওৰেটো নিশা অভিযান, গ্রেপ্তাৰ ৭জনকৈ PFI নেতা

পুনৰ PFIৰ ‍বিৰুদ্ধে অভিযান অসমৰ বিভিন্ন স্থানত। সোমবাৰে ওৰেটো নিশা চলিল অভিযান। অভিযানত গ্রেপ্তাৰ ৭জনকৈ PFI নেতা। অসম আৰক্ষীৰ বিশেষ গোটে চলাইছে অভিযান। দক্ষিণ...

বর্ষাপাৰা T20লৈ মাজত আৰু ৬ দিন

৩১ হাজাৰ টিকট বিক্ৰী কৰি বর্ষাপাৰা টি 20ৰ বাবে সাজু হৈছে অসম ক্ৰিকেট সন্থা। খেল উপভোগ কৰিবলৈ সাজু ক্ৰিকেট অনুৰাগী। টিকট লাভ কৰি কোনো...

উজনিত কয়লা ছিণ্ডিকেট চলাইছে বিজেপি বিধায়কে

ৰাজ্যত পুনৰ আৰম্ভ হৈছে ছিণ্ডিকেটউজনিত কয়লা ছিণ্ডিকেট চলাইছে বিজেপি বিধায়কেছিণ্ডিকেটৰ সৈতে নাম সাঙোৰ খাইছে বিধায়ক বলীন চেতিয়া, ভাস্কৰ শৰ্মাবৰাকত বিজেপি-AIUDFএ মিলি চলাইছে কয়লা ছিণ্ডিকেটবিধায়ক...

মিটাৰ ৰিডিং অনুসৰি দিব লাগিব পানীৰ মাচুল

কৰৰ ওপৰত কৰ, ক’তে মৰ মৰ!ভূ-গৰ্ভৰ পানী ব্যৱহাৰকাৰীয়েও দিব লাগিব কৰভাৰত চৰকাৰৰ ভূ-জল প্ৰাধিকৰণৰ কঠোৰ নিৰ্দেশনাকোনে কোনে দিব লাগিব এই কৰ? https://www.youtube.com/watch?v=6PmfvKyEsTI

Popular