ওৰেটো নিশা অভিযান, গ্রেপ্তাৰ ৭জনকৈ PFI নেতা

পুনৰ PFIৰ ‍বিৰুদ্ধে অভিযান অসমৰ বিভিন্ন স্থানত। সোমবাৰে ওৰেটো নিশা চলিল অভিযান। অভিযানত গ্রেপ্তাৰ ৭জনকৈ PFI নেতা। অসম আৰক্ষীৰ বিশেষ গোটে চলাইছে অভিযান। দক্ষিণ কামৰূপৰ কেইবাটাও অঞ্চলত অভিযান। গ্রেপ্তাৰ খুৰশ্বেদ আলম, শ্বহিদুল ইছলাম, ৰুহুল আমিন, সদাগৰ আলী, চালেমা ইয়াছমিতা, ৰফিকুল ইছলাম, আছিক ইকবাল।

মঙলদৈতো আনিছ আহমেদ নামৰ PFI নেতাক গ্রেপ্তাৰ। আনিছ আহমেদ অসম ইমাম এছ’ছিয়েশ্যনৰ ৰাজ্যিক সাধাৰণ সম্পাদক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...