বর্ষাপাৰা T20লৈ মাজত আৰু ৬ দিন

0 246

৩১ হাজাৰ টিকট বিক্ৰী কৰি বর্ষাপাৰা টি 20ৰ বাবে সাজু হৈছে অসম ক্ৰিকেট সন্থা। খেল উপভোগ কৰিবলৈ সাজু ক্ৰিকেট অনুৰাগী। টিকট লাভ কৰি কোনো যদি উৎফুল্লিত আন কোনো হতাশ হৈছে টিকট ক্ৰয় কৰিব নোৱাৰি।

Leave A Reply

Your email address will not be published.