অসম

বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি

বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতিকিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ নিৰ্দেশত তৃষ্ণা শৰ্মাক শাস্তিকৃষক মৰ্চাৰ যুটীয়া সম্পাদিকা আছিল তৃষ্ণা শৰ্মাবিজেপি বহিষ্কৃত অনুৰাগ...

‘বন্দুক বেয়নেট’লৈ ভয় নকৰা পৰাগ দাসৰ স্মৃতিত নাহিদ আফ্ৰিনৰ নতুন গীত

পৰাগ কুমাৰ দাস.. সাহসী সাংবাদিকতাৰ প্ৰতীক আছিল পৰাগ কুমাৰ দাস। এইবাৰ সাহসী সাংবাদিকজনক সন্মান জনাই নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে সাজু কৰিছে এটি নতুন...

চকু ৰঙা পৰিলে তৎক্ষণাত কি কৰিব?

শেহতীয়াকৈ আপুনিও হয়তো আই ফ্লুৰ কথা শুনিছে। এই কনজাংটিভাইটিছ বা আই ফ্লু হৈছে এক সংক্ৰামক ৰোগ যিয়ে ভাইৰাছ বা বেক্টেৰিয়াৰ দ্বাৰা আপোনাৰ চকুযুৰিৰ ওপৰত...

প্ৰণৱ মিলিক জীৱন সংগ্ৰামৰ অক্লান্ত যুঁজাৰু হিচাপে ঘনিষ্ঠভাৱে জানিছিলোঁ : ৰণোজ পেগু

খবৰৰ ভিৰত হেৰাই যায় বহু খবৰ। সংবাদ মাধ্যম, ছ'চিয়েল মিডিয়াত চৰ্চিত হ'ব লগা তেনে এটি বিষয় হেৰাই গৈছিল। খবৰটো আছিল - মহানগৰীত ৰহস্যজনক উদ্ধাৰ...

সন্তান প্ৰতিপালনৰ ক্ষেত্ৰত আপুনিও গুৰুত্ব দিয়ক এইসমূহ কথাত…

শিশুৰ মানসিক বিকাশত অভিভাৱকৰ ভূমিকা গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত তেওঁৰ সৰু সৰু কথাবোৰেও ল’ৰা-ছোৱালীৰ মনৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। অভিভাৱকেই হৈছে শিশুসকলৰ জীৱনৰ প্ৰথম শিক্ষক।...

Popular