‘বন্দুক বেয়নেট’লৈ ভয় নকৰা পৰাগ দাসৰ স্মৃতিত নাহিদ আফ্ৰিনৰ নতুন গীত

পৰাগ কুমাৰ দাস.. সাহসী সাংবাদিকতাৰ প্ৰতীক আছিল পৰাগ কুমাৰ দাস। এইবাৰ সাহসী সাংবাদিকজনক সন্মান জনাই নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে সাজু কৰিছে এটি নতুন গীত।

নাহিদ আফ্ৰিনে কণ্ঠদান কৰা “আগানৰ গান” শীৰ্ষক গীতটি প্ৰযোজনা কৰিছে ‘শব্দব্ৰহ্ম’ই। অহা ১৪ আগষ্টত জ্যোতি চিত্ৰবনৰ ভিডিঅ’ কনফাৰেন্সিং হলত মুক্তি পাব এই গীতটি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত হোমষ্টে ব্যৱস্থাত কঠোৰ নিয়ম GMCৰ, দুৰ্গা পূজাত হ’ব স্বচ্ছতা প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীত হোমষ্টে ব্যৱস্থাক নিয়মৰ মাজলৈ আনিবলৈ বিশেষ পদক্ষেপ...

দিল্লী মেট্ৰ’ৰ ৫৭টা ষ্টেচনৰ প্ৰৱেশ-প্ৰস্থান বন্ধ থকাৰ সম্ভাৱনা, ১০ অক্টোবৰত CJPৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা কটকটীয়া

১০ অক্টোবৰত দিল্লীত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত...