বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি

বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি
কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ নিৰ্দেশত তৃষ্ণা শৰ্মাক শাস্তি
কৃষক মৰ্চাৰ যুটীয়া সম্পাদিকা আছিল তৃষ্ণা শৰ্মা
বিজেপি বহিষ্কৃত অনুৰাগ চলিহাৰে সাঙোৰ খাইছিল তৃষ্ণাৰ নাম
অনুৰাগক ৪০ লাখ টকা দিছিল তৃষ্ণা শৰ্মাই
চাকৰি আৰু সুৰা বিপণীৰ লাইচেন্সৰ বাবে এই ধন দিছিল তৃষ্ণাই
১৫ আগষ্টত চানমাৰি থানাত এজাহাৰ দিছিল তৃষ্ণাই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাপানৰ সৈতে যুদ্ধৰ প্ৰস্তুতি পুটিনৰ? পাৰমাণৱিক চাবমেৰিন লৈ উপস্থিত ৰাছিয়ান সেনা

ৰাছিয়া আৰু জাপানৰ মাজত বিতৰ্কিত কুৰিল দ্বীপপুঞ্জক লৈ পুনৰ...

YouTubeত কন্টেট বনোৱাসকলৰ বাবে ডাঙৰ খবৰ; ইউটিউবৰ পৰা টকা উপাৰ্জন কৰাটো এতিয়া হৈ পৰিব অধিক কঠিন

নতুন আৰু উদীয়মান ক্ৰিয়েটৰসকলৰ বাবে ইউটিউবৰ পৰা টকা উপাৰ্জন...

মিউচুৱেল ট্ৰেন্সফাৰক লৈ শিক্ষকৰ বাবে কঠোৰ নিৰ্দেশনা, সময়মতে নতুন বিদ্যালয়ত যোগদানৰ নিৰ্দেশ

অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে শিক্ষকসকলৰ Inter-District Mutual Transfer আৰু...