অসম

ৰাজ্যত গঢ়ি তোলা হ’ব ‘জ্ঞান কেন্দ্ৰ’ (Knowledge Hub)

নগৰ পৰিকল্পনাৰ শেহতীয়া ধাৰণাৰ সমাহাৰেৰে ৰাজ্যত গঢ়ি তোলা হ’ব এক ‘জ্ঞান কেন্দ্ৰ’ (Knowledge Hub) অসম নগৰ পৰিক্ৰমা প্ৰতিষ্ঠান (Assam Institute of Urban Affairs) স্থাপনৰো প্ৰস্তুতি গৃহ...

হঠাৎ জুবিন গাৰ্গৰ এই পৰিৱৰ্তন কিয়?

জুবিন গাৰ্গৰ এটা মন্তব্যই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি। কটন বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানত জুবিন গাৰ্গে কটাক্ষ কৰিলে অসম জাতীয় পৰিষদক। তাৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। জুবিন...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত উদ্ধাৰ মানসিকভাৱে অসুস্থ মহিলা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত উদ্ধাৰ মানসিকভাৱে অসুস্থ মহিলা ২নং গেটৰ সমীপত উদ্ধাৰ মহিলাগৰাকীক বিশ্ববিদ্যালয়ৰ ছাত্ৰই মহিলাগৰাকীক প্ৰত্যক্ষ কৰি খবৰ দিয়ে জালুকবাৰী আৰক্ষীক ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষীৰ এটা দল মহিলাগৰাকীৰ...

UAEৰ ৰাজধানী আবু ধাবিত নিৰ্মাণ হৈ আছে এক বৃহৎ মন্দিৰ

UAEৰ ৰাজধানী আবু ধাবিত নিৰ্মাণ হৈ আছে এক বৃহৎ মন্দিৰডুবাই–আবু ধাবি শ্বেইখ জায়াদ হাইৱেৰ কাষত নিৰ্মাণৰত এই মন্দিৰমন্দিৰটো সম্পূৰ্ণ হ’লে মুছলমান বসতিপ্ৰধান মধ্যপ্ৰাচ্যত হ’ব...

জোনবাইত চন্দ্ৰযান-৩ৰ প্ৰথম পৰীক্ষাৰ ফলাফল দিছে ISROএ

জোনবাইত চন্দ্ৰযান-৩ৰ প্ৰথম পৰীক্ষাৰ ফলাফল দিছে ISROএজোনবাইৰ উষ্ণতা জুখিলে বিক্ৰম লেণ্ডাৰেচন্দ্ৰত বিৰাজিত ৫০ ডিগ্ৰীৰ পৰা মাইনাছ ১০ ডিগ্ৰী চেলছিয়াছলৈ উষ্ণতাচন্দ্ৰপৃষ্ঠত ৫০ ডিগ্ৰীলৈকে উষ্ণতা জুখিছে...

Popular