নৰেন্দ্র মোদী চৰকাৰে এই দিশতে আগবঢ়া বুলিছে চৰ্চা

আমাৰ দেশৰ আনুষ্ঠানিক নাম INDIAৰ সলনি ভাৰত হ’বগৈ নেকি?
নৰেন্দ্র মোদী চৰকাৰে এই দিশতে আগবঢ়া বুলিছে চৰ্চা
G-20 শীৰ্ষ সন্মিলনলৈ অহা ৰাষ্ট্রপ্রধানলৈ ৰাষ্ট্রপতিৰ আমন্ত্রণ পত্রৰ পাছতে দেশৰ ৰাজনীতি উত্তাল
আমন্ত্রণ-পত্রত PRESIDENT OF INDIAৰ পৰিৱৰ্তে লিখা হ’ল PRESIDENT OF BHARAT বুলি

নতুন দিল্লীত G-20 শীৰ্ষ সন্মিলনৰ পাছতে অহা ১৮ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশন। সংসদৰ এই বিশেষ অধিৱেশনৰ উদ্দেশ্য কি সেয়া এতিয়াও অন্ধাকাৰত। কিন্তু G-20 শীৰ্ষ সন্মিলনলৈ অহা ২৯খন দেশৰ ৰাষ্ট্রপ্রধানলৈ ৰাষ্ট্রপতি দ্রৌপদী মুৰ্মুৱে প্রেৰণ কৰা আমন্ত্রণ-পত্রৰ পাছতে দেশৰ নাম সলনিৰ প্রসংগই বিতৰ্কৰ সৃষ্টি কৰিছে। ৰাষ্ট্রপতি মুৰ্মুৰ আমন্ত্রণী পত্রত পূৰ্বে প্রচলিত প্রথা অনুসৰি দ্রৌপদী মুৰ্মুৰ নামৰ পাছত PRESIDENT OF INDIAৰ পৰিৱৰ্তে লিখা হ’ল PRESIDENT OF BHARAT বুলি লিখা হ’ল। প্রথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিক ক্ষেত্রত PRESIDENT OF BHARAT সম্বোধন ব্যৱহাৰ কৰিছে। সেয়ে প্রশ্ন উঠিছে সংসদৰ আগন্তুক বিশেষ অধিৱেশনত দেশৰ নাম সলনি কৰাৰ বাবে বিধেয়ক আনিব নেকি নৰেন্দ্র মোদী চৰকাৰে।

হঠাৎ INDIAৰ সলনি ‘ভাৰত’ লেখাৰ আঁৰৰ কাৰণ কি?
লগে লগে প্রতিবাদত সৰৱ বিৰোধী জোঁট I.N.D.I.A.ৰ নেতৃবৰ্গ
বিৰোধী জোঁটত INDIAৰ নাম ব্যৱহাৰক লৈ শাসক-বিৰোধীৰ মাজত চলিছে ব্যাপক অঁৰিয়াঅঁৰি
প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়েও কটাক্ষ কৰিছিল বিৰোধী নেতৃবৰ্গক
সেয়ে এতিয়া INDIA নাম আঁতৰাই দেশৰ একমাত্র নাম ভাৰত ৰখাৰ বাবে প্রস্তুতি নেকি NDAৰ?

উল্লেখ্য যে, G-20ৰ শীৰ্ষ সন্মিলনত অংশ লোৱা বিদেশী ৰাষ্ট্রপ্রধানসকলৰ বাবে প্রস্তুত কৰা পুস্তিকাসমূহতো ‘ভাৰত, গণতন্ত্রৰ মাতৃ’ শীৰ্ষক শব্দ ব্যৱহাৰ কৰা হৈছে। তাত উল্লেখ কৰা হৈছে ভাৰত হৈছে আমাৰ দেশৰ আনুষ্ঠানিক নাম। দেশৰ সংবিধানতো আছে এই বিষয়ে উল্লেখ।

REPUBLIC OF BHARAT বুলি দেশৰ নাম সলনিৰ প্ৰসংগক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
ভাৰতৰ নাম সলনিৰ সপক্ষে প্রথমটো টুইট অসমৰ মুখ্যমন্ত্ৰীৰ
I.N.D.I.A. জোঁটৰ নাম ‘ভাৰত’লৈ সলনি কৰিলে বিজেপিয়ে বিকল্প বিচাৰিব নেকি? প্রশ্ন দিল্লীৰ মুখ্যমন্ত্ৰীৰ
বিৰোধীক ৰাষ্ট্রবিৰোধী আৰু সংবিধান বিৰোধী আখ্যা বিজেপি সভাপতি জে পি নাড্ডাৰ

উল্লেখ্য যে, INDIA শব্দৰ স্থানত আমাৰ দেশৰ নাম ভাৰত ব্যৱহাৰ কৰিবলৈ RSSএ পূৰ্বৰে পৰা আৰ্জি জনাই আহিছিল।

গুৱাহাটীত ১ ছেপ্টেম্বৰত মোহন ভাগৱতে INDIA নাম ‘ভাৰত’ কৰিবলৈ জনাইছিল আহ্বান
তেওঁ INDIA নামৰ ব্যৱহাৰ বন্ধ কৰিবলৈও আহ্বান জনাইছিল
আজিৰ বিতৰ্কৰ পাছতে অমিতাভ বচ্চনৰ টুইট ‘ভাৰত মাতা কি জয়’
আগন্তুক এদিনীয়া বিশ্বকাপত টীম ইণ্ডিয়াৰ জাৰ্চিত ভাৰত লিখিবলৈ আহ্বান ক্ৰিকেটাৰ বীৰেন্দ্রে ছেহৱাগৰ

বিৰোধী ঐক্যজোঁট UPAৰ পৰিৱৰ্তে I.N.D.I.A. হোৱাৰ লগে লগে অস্বস্তিত পৰিছিল NDA চৰকাৰ। এতিয়া সংসদৰ বিশেষ অধিৱেশনত এই মৰ্মে কি সিদ্ধান্ত হয় সেয়া হ’ব লক্ষণীয়।

1897 COMMENTS

  1. Hi! Do you know if they make any plugins to assist with SEO?

    I’m trying to get my website to rank for some targeted keywords but
    I’m not seeing very good results. If you know of any please share.

    Thank you! You can read similar text here: Wool product

  2. Hey! Do you know if they make any plugins to help with Search Engine Optimization?
    I’m trying to get my site to rank for some targeted
    keywords but I’m not seeing very good gains. If you know of any please share.
    Kudos! I saw similar text here: Change your life

  3. balloon казино официальный сайт balloon казино Сыграйте РЅР° деньги, почувствуйте азарт!

  4. Ballon — это РёРіСЂР° СЃ удивительными графиками.: balloon игра – balloon казино играть

  5. Казино всегда предлагает выгодные акции.: balloon game – balloon игра

  6. Игровые автоматы Ballon Р¶РґСѓС‚ СЃРІРѕРёС… героев.: balloon игра – balloon казино играть

  7. Игра РЅР° деньги — это ваше развлечение.: balloon game – balloon игра

  8. Игровые автоматы доступны всем желающим.: balloon казино – balloon игра на деньги

  9. I am really inspired together with your writing talents as smartly as with the structure to your weblog. Is this a paid theme or did you customize it your self? Anyway keep up the excellent high quality writing, it is rare to see a nice weblog like this one these days. I like as.nktv.in !

  10. I am extremely impressed with your writing skills and also with the layout for your blog. Is this a paid topic or did you modify it your self? Anyway keep up the excellent high quality writing, it is rare to see a nice weblog like this one today. I like as.nktv.in ! I made: Beacons AI

  11. I am extremely impressed together with your writing talents and also with the structure for your weblog. Is this a paid topic or did you customize it your self? Either way stay up the excellent quality writing, it is rare to see a great blog like this one nowadays. I like as.nktv.in ! It is my: BrandWell

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

দিন-দুপৰতেই গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা

ক্ৰমাৎ যেন অসহিষ্ণু হৈ পৰিছে মানুহবোৰ। দিন-দুপৰতেই এইবাৰ গুৱাহাটী...

BCCIৰ চেণ্ট্ৰেল কণ্ট্ৰেক্টত কিয় স্থান নাপালে ৰিয়ান পৰাগে?

BCCI (ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড)ৰ চেণ্ট্ৰেল কণ্ট্ৰেক্ট হৈছে ক্ৰিকেটাৰসকলক...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে দিলে ভাল খবৰ

টকা খৰচ কৰি এতিয়া আৰু আপুনি কিনিব নালাগে মোবাইল।...

১৪ বছৰ বয়সত কিদৰে নিজকে IPLৰ বাবে যোগ্য কৰি তুলিছিল বৈভৱ সূৰ্যবংশীয়ে?

বিহাৰৰ সমষ্টিপুৰৰ ১৪ বছৰীয়া ক্ৰিকেট প্ৰতিভা বৈভৱ সূৰ্যবংশীয়ে আই...