অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি

অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি। চিৰিয়াখানাত এজনী ঢেকীয়াপতিয়া বাঘে জন্ম দিলে দুটা পোৱালি। ৩ ফেব্ৰুৱাৰীৰ দিনা প্ৰায় ২.৩০ বজাত জন্ম দিয়ে দুটাকৈ পোৱালি।

ফটো উৎস : অসম ৰাজ্যিক চিৰিয়াখানা

বৰ্তমান সুস্থ অৱস্থাত আছে মাতৃ আৰু দুই বাঘৰ পোৱালি। এই নতুন পোৱালি দুটা জন্ম দিয়াৰ লগে লগে সৰ্বমুঠ ৯টালৈ বৃদ্ধি পালে বাঘৰ সংখ্যা। দুটা বগা বাঘো আছে চিৰিয়াখানাত। এতিয়াৰে পৰা চিৰিয়াখানাৰ দৰ্শনাৰ্থীয়ে ৯টাকৈ ঢেকীয়াপতিয়া বাঘ প্ৰত্যক্ষ কৰিব পাৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

২১৪ জন পণবন্দীক হত্যা, বালোচ বিদ্রোহীৰ ঘোষণাত বিশ্বজুৰি প্ৰতিক্ৰিয়া

২১৪ জন পণবন্দীক হত্যা। বালোচ বিদ্রোহীৰ ঘোষণাত বিশ্বজুৰি প্ৰতিক্ৰিয়া।...

গুৱাহাটীত গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী, ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন

এইবাৰ গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী। মহানগৰীত মণিপুৰৰ ৩...