১ অক্টোবৰৰ পৰা ৰাজ্যত স্বাভাৱিক হ’ব জনজীৱন

অৱশেষত ৰাজ্যবাসীক সকাহজনক খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত বলৱৎ হৈ থকা ক’ভিড প্ৰট’কল সম্পূৰ্ণৰূপে আঁতৰাই দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ১ অক্টোবৰৰ পৰা ৰাজ্যত স্বাভাৱিক হ’ব জনজীৱন। নাথাকিব কোনো বিশেষ ক’ভিড নিষেধাজ্ঞা।

১ অক্টোবৰৰ পৰা ৰাজ্যত স্বাভাৱিক হ’ব জনজীৱন
ৰাজ্যত নাথাকিব কোনো বিশেষ ক’ভিড নিষেধাজ্ঞা
১ অক্টোবৰৰ পৰা নৱম, একাদশ, স্নাতক বৰ্ষৰ পাঠদান
অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব পৰ্যটনথলী
২ কোটি ২৮ লাখ লোকক প্ৰদান ক’ভিড ভেকচিন
১ কোটি ৭৭ লাখ লোকক ক’ভিডৰ ১ম পালি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...