বাতিল হ’ল অসম নাট‍্য সন্মিলনৰ ৬০ সংখ‍্যক অধিবেশন

অসম নাট‍্য সন্মিলনৰ ৬০ সংখ‍্যক অধিবেশন বাতিল৷ ক’ভিড সংক্ৰমণ বৃদ্ধি হোৱাত বাতিল কৰা হৈছে ৬০ সংখ‍্যক অধিবেশন। আজিৰে পৰা নগাঁৱৰ নেহেৰুৱালিত অনুষ্ঠিত হোৱাৰ কথা আছিল অধিৱেশনখন৷ ক’ভিডকালীন পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে ইটোৰ পিছত সিটো ৰাজহুৱা অনুষ্ঠান। এইবাৰ কভিডৰ বাবে অসম নাট‍্য সন্মিলনৰ অধিবেশন বাতিলৰ সিদ্ধান্ত লোৱা হৈছে। পৰৱৰ্তী সময়ত অধিবেশনৰ সময় আৰু স্থান ঘোষণা কৰিব অসম নাট্য সন্মিলনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও...

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...