ঘোষণা হ’ল তৃতীয় বৰ্গৰ বাছনি পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল তৃতীয় বৰ্গৰ বাছনি পৰীক্ষাৰ ফলাফল

চূড়ান্ত বাছনি প্ৰক্ৰিয়াত উত্তীৰ্ণ ১১,৩২৪ গৰাকী প্ৰাৰ্থী

৬ মে’ত ৱেবছাইটত উপলব্ধ হ’ব নিযুক্তি লাভ কৰা নিৰ্দিষ্ট বিভাগৰ নাম

পৰীক্ষাত বেছি নম্বৰ পোৱাসকলে পাব ‍বেছি দৰমহাৰ চাকৰি

বৃহস্পতিবাৰে ঘোষণা হ’ব  চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষাৰ ফলাফল

মুঠ ৯ লাখ ২১ হাজাৰ ৬৩৪ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল

লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৮ লাখ ২৮ হাজাৰ ৮৬০ গৰাকী প্ৰাৰ্থী

দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২০,৬২৬ গৰাকী প্ৰাৰ্থী

নিযুক্তিৰ বাবে চূড়ান্ত বাছনি কৰা হৈছে মুঠ ১১,৩২৪ গৰাকী প্ৰাৰ্থী

লিখিত আৰু দক্ষতা পৰীক্ষাৰ নম্বৰৰ ভিত্তিত কৰা হৈছে চূড়ান্ত বাছনি

৬ মে’ত নিযুক্তি লাভ কৰা বিভাগসহ প্ৰাৰ্থীসকলৰ প্ৰকাশ পাব আৰু এখন তালিকা

তৃতীয় বৰ্গৰ মুঠ খালী পদৰ সংখ্যা আছিল ১১,৫১০টা

বিভিন্ন বিভাগত খালী হৈ ৰ’ব বহু পদ

সাধাৰণ শ্ৰেণীৰ ৫,৪৮৫ খালী পদৰ বিপৰীতে উত্তীৰ্ণ ২,৪৩১ প্ৰাৰ্থী

OBCৰ ২,৬৩৩ খালী পদৰ বিপৰীতে উত্তীৰ্ণ ৪,৪৮৫ প্ৰাৰ্থী

SCৰ ৭৪৬ খালী পদৰ বিপৰীতে উত্তীৰ্ণ ৯৫৬ প্ৰাৰ্থী

ST(P)ৰ ১,১১২ খালী পদৰ বিপৰীতে উত্তীৰ্ণ ১,২৩৫ প্ৰাৰ্থী

নম্বৰৰ ভিত্তিত দিয়া হ’ব নিৰ্দিষ্ট বিভাগত নিযুক্তি

ভাল নম্বৰ পোৱা প্ৰাৰ্থীয়ে পাব উচ্চ গ্ৰেড পে’ৰ পদত নিযুক্তি

বৃহস্পতিবাৰে ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষাৰ ফলাফল

দিনৰ ২ বজাত ছেবাৰ ৱেবছাইটত উপলদ্ধ হ’ব ফলাফল

১১ মে’ত একেলগে নিযুক্তি পত্ৰ বিতৰণ কৰিব চৰকাৰে

NKTV Digital
Author: NKTV Digital

376 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...