অসম চৰকাৰে ক্ৰয় কৰিব কাগজ কল!

  • অসম চৰকাৰে ক্ৰয় কৰিব কাগজ কল!
  • জাগীৰোড আৰু কাছাৰ কাগজ কল ক্ৰয়ৰ প্ৰস্তাৱ
  • বন্ধ হৈ থকা জাগীৰোড কাগজ কল ক্ৰয়ৰ প্ৰস্তুতি অসম চৰকাৰৰ
  • উদ্যোগ আৰু বাণিজ্য বিভাগৰ পত্ৰ হিন্দুস্থান কাগজ নিগমৰ লিকুইডেটৰলৈ
  • দুমাহৰ অতিৰিক্ত সময় বিচাৰিছে অসম চৰকাৰে
  • কাগজ কল ক্ৰয়ৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত এই ব্যৱস্থা
  • দুমাহৰ সময় বিচাৰি ৰাষ্ট্ৰীয় কোম্পানী ল ট্ৰিবুনেলৰ কাষ চাপিব অসম চৰকাৰ
  • আনুষ্ঠানিকভাৱে লিকুইডেটৰ কুলদীপ বাৰ্মাক জনালে উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিবে
  • বাৰ্মালৈ সচিব পবিত্ৰ ৰাম খাউণ্ডৰ পত্ৰ
  • দুয়োটা কাগজ কলে চৰকাৰে ক্ৰয় কৰাৰ পৰিকল্পনা
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...