ৰাজ্য চৰকাৰৰ সাহিত্যিক পেন্সন ঘোষণা

ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ সাহিত্যিক পেন্সন। ৰাজ্যৰ ২৩ বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে এইবছৰৰ সাহিত্যিক পেন্সন। অহা ৭ ডিচেম্বৰত সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্মদিনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব সাহিত্যিক পেন্সন। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰে সাহিত্যিক পেন্সন লাভ কৰাসকলৰ নাম।

জ্যোতিলাল চৌধুৰী, ড০ অনিল শইকীয়া, কালীনাথ পাংগিং, ড০ মংগলছিং হাজোৱাৰী, ৰঞ্জু হাজৰিকাকে ধৰি ২৩জন সাহিত্যিকক পেন্সনৰ বাবে নিৰ্বাচিত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...