গৃহ আৰু ৰাজনৈতিক বিভাগলৈ ৭,৮৩৫ কোটি টকা আবণ্টন
শক্তি বিভাগলৈ ২,৫৭৯ কোটি টকা আবণ্টন
লোক নিৰ্মাণ (পথ) বিভাগলৈ ১০,৩৯৯ কোটি টকা আবণ্টন
লোক নিৰ্মাণ (গৃহ, ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগলৈ ২,৪১৬ কোটি টকা আবণ্টন
লোক নিৰ্মাণ (স্বাস্থ্য, শিক্ষা) বিভাগলৈ ৯৭৪ কোটি টকা আবণ্টন
জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ ২,৯৮২ কোটি টকা আবণ্টন
ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগলৈ ৩,৮৩১ কোটি টকা আবণ্টন
বিদ্যালয় শিক্ষা বিভাগলৈ ১৮,৮৬৯ কোটি টকা আবণ্টন
পৰিবহন বিভাগলৈ ৪৮৮ কোটি টকা আবণ্টন
জলসম্পদ বিভাগলৈ ১,৬৭০ কোটি টকা আবণ্টন
জনজাতীয় পৰিক্ৰমা (ভৈয়াম) বিভাগলৈ ৮০৮ কোটি টকা আবণ্টন
বড়োলেণ্ড কল্যাণ বিভাগলৈ ৪,০২৮ কোটি টকা আবণ্টন
মহিলা আৰু শিশু উন্নয়ন বিভাগলৈ ৩,৮০০ কোটি টকা আবণ্টন
প্ৰশাসনীয় সংস্কাৰ, প্ৰশিক্ষণ. পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগলৈ ২৪,৫৩০ কোটি টকা আবণ্টন
কৃষি বিভাগলৈ ১,৭৮৯ কোটি টকা আবণ্টন
পশু-পালন আৰু পশু চিকিত্সা বিভাগলৈ ৭৩১ কোটি টকা আবণ্টন
সমবায় বিভাগলৈ ১৭২ কোটি টকা আবণ্টন
পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগলৈ ৯৭০ কোটি টকা আবণ্টন
আবকাৰী বিভাগলৈ ৮৮ কোটি টকা আবণ্টন
খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগলৈ ৯৯৪ কোটি টকা আবণ্টন
মীন বিভাগলৈ ১৪৪ কোটি টকা আবণ্টন
সাধাৰণ প্ৰশাসন বিভাগলৈ ১,১৮০ কোটি টকা আবণ্টন
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগলৈ ৪,৬৩৫ কোটি টকা আবণ্টন
হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগলৈ ২৭৪ কোটি টকা আবণ্টন
উচ্চ শিক্ষা বিভাগলৈ ৩,৭৯৮ কোটি টকা আবণ্টন
পাৰ্বত্য এলেকা উন্নয়ন বিভাগলৈ ২,৫৭৫ কোটি টকা আবণ্টন
গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগলৈ ৪,৪১৩ কোটি টকা আবণ্টন
তথ্য আৰু জনসংযোগ বিভাগলৈ ১৭২ কোটি টকা আবণ্টন
উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগলৈ ১,৫৫৭ কোটি টকা আবণ্টন
জলসিঞ্চন বিভাগলৈ ৯৫৪ কোটি টকা আবণ্টন
ন্যায়িক বিভাগলৈ ৮৩২ কোটি টকা আবণ্টন
চিকিত্সা শিক্ষা আৰু গৱেষণা বিভাগলৈ ৩,৫৩৫ কোটি টকা আবণ্টন
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগলৈ ৯,১৭১ কোটি টকা আবণ্টন
ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগলৈ ২০২ কোটি টকা আবণ্টন
সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগলৈ ৭৮ কোটি টকা আবণ্টন
