ৰোগীৰ কাষত নহয় ৰাজপথত আশা কৰ্মী, দাবী কি?

আশাকৰ্মীয়ে জ্বলালে বিত্ত তথা সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিকৃতি। মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে ঢকুৱাখনাত আশা কৰ্মীৰ প্ৰতিবাদ। শতাধিক আশাকৰ্মীয়ে ঢকুৱাখনা মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যলয়ত বিত্ত মন্ত্ৰী অজন্তা নেওগৰ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আশাকৰ্মীয়ে জ্বলালে মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিকৃতি।

আশা কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ, অসমৰ ৩৩ হাজাৰ আশা কৰ্মীক উপযুক্ত মজুৰিৰ ব্যৱস্থা কৰা, অনাদায় হৈ থকা বকেয়া ধন অতি শীঘ্ৰে আদায় কৰা, আশা কৰ্মীসকলক অতি শীঘ্ৰে নিযুক্তি পত্ৰ প্ৰদান কৰাৰ দাবী তোলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...