আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত Arohan Women Conclave

আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত Arohan Women Conclave। Invest In Woman, Accelerate Progress থীম হিচাপে লৈ আলোচনা সন্মিলনত। বিভিন্ন ক্ষেত্ৰত উজলি উঠা কেইবাগৰাকীও মহিলাৰ জীৱন সংগ্ৰাম আলোচিত। ‘মহিলা সবলীকৰণত বৰ্তমানৰ চৰকাৰে সৰ্বাধিক গুৰুত্ব দিছে’। Arohan Women Conclaveত এই দাবী ৰাজহ মন্ত্ৰী যোগেন মহনৰ। বিশিষ্ট অতিথি আছিল NKTVৰ Consulting Editor প্ৰণয় বৰদলৈ। উপস্থিত আছিল বিশিষ্ট চিকিৎসক হিতেশ বৰুৱা। অনুষ্ঠানত কেইবাগৰাকী ব্যক্তিলৈ আগবঢ়োৱা হয় আৰোহণ বঁটা। বঁটাপ্ৰাপকৰ ভিতৰত আছিল পৱন আগৰৱালা, কণ্ঠ শিল্পী মণ্টুমণি… Conclaveত অংশগ্ৰহণ কৰে ২০ গৰাকী মহিলা Panelistএ। আদৰণি ভাষণ ফাউণ্ডেশ্বনৰ সঞ্চালিকা ডo সীমা বৰাৰ । অংশগ্ৰহণ ড০ বিজয়া গোস্বামী, নৱনীতা বৰা, RJ মেণ্ডী, অঞ্জলী বৰা, আশা বৰদলৈ, ময়ূৰী দত্ত, ধ্যানী মহন আদিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...