গোৱালপাৰাত জণ্ডিছ সদৃশ ৰোগত আৰু এগৰাকী মহিলাৰ মৃত্যু

গোৱালপাৰাত জণ্ডিছ সদৃশ ৰোগত আৰু এগৰাকী মহিলাৰ মৃত্যু । বৰঝৰা-নদীয়াপাৰাত এগৰাকী মহিলাৰ মৃত্যু। গিলাঝাৰীত মৃত্যু ৰিমচু ৰাভা নামৰ মহিলাগৰাকীৰ। বুধবাৰে নিশা মৃত্যু হয় ৪৩ বছৰীয়া মহিলাগৰাকী। প্ৰথমে জ্বৰ আৰু পানীললগাত ভুগিছিল মহিলাগৰাকী। চিকিৎসকৰ পৰিৱৰ্তে বেজৰ ওচৰলৈ লৈ যোৱা হৈছিল মহিলাগৰাকীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: পৰেশ বৈশ্যৰ জামিন শুনানি অসম্পূৰ্ণ, ১৫ অক্টোবৰলৈ স্থগিত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনৰ...