সাংসদ পুঁজিৰ কেলেংকাৰীকলৈ পুনৰ গ্ৰেপ্তাৰ ACS বিষয়া

সাংসদ পুঁজিৰ কেলেংকাৰীকলৈ পুনৰ গ্ৰেপ্তাৰ ACS বিষয়া। মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে গ্ৰেপ্তাৰ কৰিলে সুকন্যা বৰাক। সম্প্ৰতি কাৰাগাৰতে আছে নিলম্বিত ACS বিষয়া সুকন্যা বৰা। আয় বহিৰ্ভূত সম্পত্তি আহৰণৰ গোচৰ আছে সুকন্যা বৰাৰ বিৰুদ্ধে। গোচৰটোক লৈ আজি আদালতত চাৰ্জশ্বিট দাখিল কৰিব আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: পৰেশ বৈশ্যৰ জামিন শুনানি অসম্পূৰ্ণ, ১৫ অক্টোবৰলৈ স্থগিত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত পৰেশ বৈশ্যৰ জামিন আবেদনৰ...