কাকচাং কাইফলাংচ’ জলপ্ৰপাতত পুনৰ অঘটন

  • বোকাখাত-কাৰ্বি আংলং সীমান্তৰ কাকচাং কাইফলাংচ’ জলপ্ৰপাতত পুনৰ অঘটন
  • সমনীয়াৰ সৈতে জলপ্ৰপাতটোত গা ধুই থকা অৱস্থাত এজন যুৱক সন্ধানহীন
  • সন্ধানহীন যুৱকজন বোকাখাত আমটেঙা আদৰ্শ মিচিং গাঁৱৰ কৃষ্ণ দলেৰ পুত্ৰ পিংকল দলে
  • দশম শ্ৰেণীত অধ্যয়নৰত আছিল সন্ধানহীন পিংকল দলে
  • ঘটনাস্থলীত উপস্থিত হোৱা নাই আৰক্ষী আৰু SDRF বাহিনী
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...