মাজুলীত নিশা ন-বোৱাৰী বিচাৰি গাঁৱে গাঁৱে অভিযান আঙুৰলতা ডেকাৰ, কিন্তু কিয়?

মাজুলীত ন-বোৱাৰী বিচাৰি গাঁৱে গাঁৱে অভিযান ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ। মাজুলীত ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই মাজুলীৰ গাঁৱে গাঁৱে গৈ ন- বোৱাৰী সকলক লগ কৰি নতুন বছৰৰ শুভেচ্ছা দিয়াৰ লগতে শীঘ্ৰেই এক আঁচনিৰ আওতাত সকলোকে অন্তৰ্ভুক্ত কৰিব বুলি উল্লেখ কৰে।

মাজুলীৰ গড়মূৰ খনাচুক গাঁৱত ন-বোৱাৰী সকলক শুভেচ্ছা জনায়। ঘৰখন নিয়াৰিকৈ চলাই নিয়াৰ লগতে নতুন পৰিয়ালটোক আপোন কৰি যাতে সমাজ সংস্কৃতিৰ এক আদৰ্শ হব পাৰে তাৰ বাবে আহ্বান জনায় আঙুৰলতা ডেকাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...