UPSC-২০২৩ত উজলিল আজমল IAS একাডেমীৰ আজমল হুছেইন

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পদত সফলতা লাভ কৰিছে আজমল আই এ এছ একাডেমীৰ মেধাবী শিক্ষাৰ্থী আজমল হুছেইনে।

আজমল হুছেইনৰ ঘৰ বৰপেটাত৷ তেওঁৰ সাফল্যত আজমল পৰিয়ালৰ লগতে উৎফুল্লিত হৈ পৰিছে বৰপেটাবাসী৷ আজমল IAS একাডেমীৰ দিকদৰ্শন আৰু নিজৰ একাগ্ৰতা আৰু সাধনাৰ বলত UPSCত স্থান পাবলৈ সক্ষম হয় আজমল হুছেইনে।

উল্লেখযোগ্য আজমল হুছেইনে আজমল আই এ এছ একাডেমীৰ Interview Guidance Programত অংশগ্ৰহণ কৰি UPSC ৰ বাবে প্ৰস্তুতি চলাইছিল আজমল হুছেইনে।

আজি UPSC ৰ ফলাফল উলোৱাৰ পিছতে ৰাজ্যৰ লগতে আজমল পৰিয়ালৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় আজমল হুছেইন।

আজমল হুছেইনৰ এই কৃতিত্বত উৎফুল্লিত আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, ছিৰাজুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলাম সহ আজমল ফাউণ্ডেচনৰ বিষয়ববীয়াসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...