দৰিদ্ৰলৈ সহায়ৰ হাত, সকলোকে সুখ দিয়াৰ সংকল্পৰে আজমল ফাউণ্ডেছনে বিতৰণ কৰিলে খাদ্যসামগ্ৰী

পবিত্ৰ ঈদক লৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। এমাহ ৰোজাৰ অন্তত ঈদৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ।

সকলোকে সুখ দিয়াৰ সংকল্পৰে দুখীয়া লোকক খাদ্য সামগ্ৰী বিতৰণ আজমল ফাউণ্ডেছনৰ। পবিত্ৰ ৰমজান মাহ উপলক্ষেও আজমল ফাউণ্ডেচনে ৰাইজক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰিছিল।

পৱিত্ৰ ঈদৰ পূৰ্বে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আৰু ডিৰেক্টৰ ড০ খচৰুল ইছলামৰ তৎপৰতাত ডবকাৰ ভেলৌগুৰিত পবিত্ৰ ঈদ উপলক্ষে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

পবিত্ৰ ঈদ উপলক্ষে আজমল ফাউণ্ডেছনৰ পৰা খাদ্য সামগ্ৰী লাভ কৰি উত্ফুল্লিত হৈ পৰিছে দৰিদ্ৰ ৰাইজ।

পবিত্ৰ ঈদক লৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...