কালিও জব্দ হৈছিল, আজিও একেটা ঘৰতে জব্দ ড্ৰাগছ! ৬০ বছৰীয়া ডিম্বেশ্বৰ দলেৰ ঘৰত ড্ৰাগছৰ সাম্ৰাজ্য

ড্ৰাগছৰ ৰামৰাজ্যলৈ পৰিণত হৈছে নেকি চিলাপথাৰ? চিলাপথাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিতত নতুন মিচিং গাঁৱৰ ডিম্বেশ্বৰ দলেৰ ঘৰত অভিযান চলাই হেৰ’ইন জব্দ কৰাৰ লগতে এখন বগা ৰঙৰ এল্ট’ বাহন জব্দ কৰাৰ ঘটনাৰ মাৰ নৌযাওঁতে পুনৰ সন্ধিয়া ডিম্বেশ্বৰ দলেৰ ঘৰত অভিযান চলাই ৭৬ গ্ৰাম ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় চাৰি লাখ টকাৰ হ’ব। আৰক্ষীয়ে ৬০ বছৰীয়া ডিম্বেশ্বৰ দলেৰ লগতে ধনেশ্বৰ দলে আৰু পংকজ দলে নামৰ দুজন লোককো আটক কৰিছে। চিলাপথাৰত ড্ৰাগছৰ এক বিশাল ঘাটী থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ড্ৰাগছমুক্ত চিলাপথাৰ কৰাৰ বাবে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিব বুলি সদৰি কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...