তালিবানক সমৰ্থন : জমিয়ত অসম, AIUDFৰ সা:সম্পাদকক গ্ৰেপ্তাৰ

তালিবানক সমৰ্থন কৰি দৰঙত গ্ৰেপ্তাৰ হ’ল মৌলানা ফজুল কৰিম। কাছিমিয়ে সামাজিক মাধ্যমযোগে তালিবানৰ সমৰ্থনত পোষ্ট কৰা পৰিলক্ষিত হৈছিল। জমিয়ত অসমৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ লগতে AIUDFৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল মৌলানা ফজুল কৰিম। মঙলদৈ আৰক্ষীয়ে বৰ্তমান ফজুল কৰিমক সোধা পোছা অব্যাহত ৰাখিছে।

আনহাতে, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ MBBSৰ তৃতীয় বৰ্ষৰ ছাত্ৰ নাডিম আখটাৰক শুকুৰবাৰে হাইলাকান্দি জিলাৰ নিজা বাসগৃহৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে, হাইলাকান্দি থানাত পঞ্জীয়নভূক্ত গোচৰৰ বিপৰীতে ধৃত নাডিমৰ ওপৰত তদন্ত আৰম্ভ কৰিছে বুলি শোণিতপুৰৰ আৰক্ষী অধীক্ষক ধনঞ্জয় ঘনাৱটে আজি সাংবাদিকৰ আগত সদৰি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...