২২ মাৰ্চৰ পৰা চিটী চেণ্টাৰত অফলাইন টিকট

গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ অনুৰোধ ৰক্ষা কৰি ৰাজস্থান ৰয়েলছে ২২ মাৰ্চৰ পৰা মহানগৰীৰ মাজমজিয়াৰ চিটী চেণ্টাৰ মলতো অফলাইন টিকট কাউণ্টাৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ পুৱা দহ বজাৰ পৰা নিশা ছয় বজালৈ এই কাউণ্টাৰ মুকলি থাকিব৷

Popular

More like this
Related

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ধেমাজি, ভেড়গাও, মাকুম, নগাঁৱৰ জয়

গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত চলি থকা...

ছিনিয়ৰ মহিলা বক্সিং আৰম্ভ

গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাথিক ক্ৰীড়া প্ৰকল্পত আজিৰে...

গুৱাহাটীত খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ আৰম্ভ

গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা...