মঙলবাৰৰ পৰা আছুৰ ধাৰাবাহিক আন্দোলন

বাঘজানকাণ্ডৰ মূল অভিযুক্ত জন এনাৰ্জিৰ নিবিদা বাতিলৰ দাবী আছুৰ। অন্যথা ১৪ ডিচেম্বৰৰ পৰা আছুৰ ধাৰাবাহিক আন্দোলন কৰাৰ ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ। প্ৰতিখন জিলাতে প্ৰতিবাদৰ সন্মুখীন হ’ব অইল কৰ্তৃপক্ষ। সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ হুংকাৰ। ১৭৫ দিন ধৰি তিনিচুকীয়াৰ বাঘজানৰ বি জি আৰ ৫নং তৈলখাদত প্ৰাকৃতিক গেছ আৰু কনডেনছেট নিৰ্গমন হোৱাৰ লগতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল। এই ঘটনাৰ মূল অভিযুক্ত জন এনাৰ্জি প্ৰাইভেট লিমিটেডক কাৰ স্বাৰ্থ পূৰণ কৰিবলৈ অইলে পুনৰ দুটাকৈ তৈলখাদৰ নিবিদা প্ৰদান কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কাইলৈৰ ভিতৰত নিবিদা বাতিল নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ আছুৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষা সেতু এপ্লিকেশ্যন সংস্থাপনৰ বিৰুদ্ধে সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিবাদ

ৰাজ্যৰ শিক্ষা বিভাগৰ দ্বাৰা ২৭ মে’ তাৰিখে জাৰি কৰা...

গুৱাহাটীত ভয়ংকৰ ঘটনা

দিনতো সুৰক্ষিত নহয় নেকি গুৱাহাটী? সন্তানক অকলে এৰি দিয়াৰ...

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক। সামাজিক...

প্ৰচণ্ড গৰমৰ পৰা সকাহ, মহানগৰীৰ প্ৰান্তে প্ৰান্তে বৰষুণ….

প্ৰচণ্ড গৰম, ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি...