ছিকিমৰ পৰা মাৰাথন দৌৰেৰে অসমলৈ আহিছে এজন যুৱক

ছিকিমৰ পৰা মাৰাথন দৌৰেৰে অসমলৈ আহিছে এজন যুৱক। ছিকিমৰ মুখ্যমন্ত্ৰীৰ অনুৰোধত এই অসাধ্য সাধন যুৱকজনৰ । ১৬ মে’ত সম্পূৰ্ণ হ’ব ছিকিম ৰাজ্য গঠনৰ ৫০ বছৰ। মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ উদ্যোগত এই একক মাৰাথন দৌৰ। ৩৩ বছৰীয়া ক্ৰীড়াবিদ শান্তিৰাম নেপালৰ বিশেষ মাৰাথন। ছিকিমৰ পৰা দেশৰ ভিন্ন প্ৰান্তলৈ যুৱকজনৰ এই মাৰাথন। দৈনিক ১২০ কিলোমিটাৰকৈ মাৰাথন যুৱকজনৰ। ৬০০ কিঃমিঃ মাৰাথন কৰি গুৱাহাটীৰ জালুকবাৰীত উপস্থিত যুৱকজন। গুৱাহাটীৰ পৰা শ্বিলঙলৈ যাত্ৰা কৰিব শান্তিৰাম নেপালে। খোজকঢ়াৰ ক্ষেত্ৰতো বহুকেইটা অভিলেখ গঢ়িছে যুৱকজনে। ২০১৪ চনত ৭২ ঘন্টাত ৫০০ কিঃমিঃ খোজকাঢ়ি অভিলেখ। লিমকা বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছিল শান্তিৰামে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...