ট্ৰাকে মহটিয়াই নিলে একেটা পৰিয়ালৰে চাৰিগৰাকীক

বৰপেটাৰোডৰ সাতভনী টুপত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাকে মহটিয়াই নিলে এটা পৰিয়ালৰ চাৰি গৰাকী।
থিতাতে নিহত তিনি গৰাকী লোক। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকসহ পলায়ন চালকৰ। নিহতসকলৰ দুগৰাকী কিশোৰী, এটি কিশোৰ। আহত এটি শিশুক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যেই মৰণোত্তৰ পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰা হৈছে তিনিওটা মৃতদেহ।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...