তেজপুৰত নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলাস্বৰূপ উদঙালে অপৰাধীয়ে

তেজপুৰত নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলাস্বৰূপ উদঙালে অপৰাধীয়ে। তেজপুৰ কাৰগাৰৰ পৰা পলায়ন কৰা অপৰাধী পলাল এইবাৰ আৰক্ষীৰ জিম্মাৰ পৰাই। ১৭ মাৰ্চত জে’লৰ পৰা পলায়ন কৰিছিল জেহেৰুল ইছলাম, তুলেশ্বৰ তাঁতী, ইন্দ্ৰেশ্বৰ মণ্ডলে। কাৰাগাৰৰ কঠোৰ নিৰাপত্তাৰ মাজতো পলায়ন কৰিছিল ৩ অপৰাধীয়ে। দুদিন পূৰ্বে আৰক্ষীৰ ওৰচত আত্মসমৰ্পণ কৰিছিল ভেৰগাঁৱৰ নিৱাসী জেহেৰুলে। ন্যায়িক আদালতে ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল জেহেৰুলক। আৰক্ষীৰ জিম্মাৰ পৰাই আজি বিয়লি ২বজাত পলায়ন জেহেৰুলৰ। প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ চলেৰে থানাৰ চৌহদৰ পৰা পলায়ন অপৰাধীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...