ট্ৰাকে মহটিয়াই নিলে একেটা পৰিয়ালৰে চাৰিগৰাকীক

বৰপেটাৰোডৰ সাতভনী টুপত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাকে মহটিয়াই নিলে এটা পৰিয়ালৰ চাৰি গৰাকী।
থিতাতে নিহত তিনি গৰাকী লোক। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকসহ পলায়ন চালকৰ। নিহতসকলৰ দুগৰাকী কিশোৰী, এটি কিশোৰ। আহত এটি শিশুক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যেই মৰণোত্তৰ পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰা হৈছে তিনিওটা মৃতদেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰমুজত আকৌ যুদ্ধৰ আশংকা? আমেৰিকাৰ কঠোৰ পদক্ষেপৰ পাছত ইৰাণৰ হুংকাৰ

আমেৰিকা আৰু ইৰাণৰ মাজৰ উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে। দুয়োখন...

বৌদ্ধ মঠত ধ্যান কৰি থাকোঁতেই ম্যানমাৰ সেনাৰ এয়াৰষ্ট্ৰাইক, মৃত্যু ১৪জনৰ

ম্যনমাৰত পুনৰ ভয়ংকৰ এয়াৰষ্ট্ৰাইক। শুকুৰবাৰে ম্যানমাৰৰ কেন্দ্ৰীয় চাগাইং অঞ্চলৰ...

চেনিৰ দামবৃদ্ধি ৰোধ আৰু উৎসৱৰ বতৰত পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

উৎসৱৰ বতৰ সমাগত হোৱাৰ প্ৰাকমুহূৰ্তত দেশত চেনিৰ মূল্যবৃদ্ধি ৰোধ...

ইউক্ৰেইনৰ বাবে নতুন সংকট: ৰাছিয়াক শক্তিশালী ‘কেএন-৩০’ বেলেষ্টিক মিছাইল যোগান উত্তৰ কোৰিয়াৰ

ইউক্ৰেইনৰ বিৰুদ্ধে চলাই থকা যুদ্ধৰ মাজতে ৰাছিয়াই উত্তৰ কোৰিয়াৰ...