প্ৰেমিকৰ পৰা দৰমহা লোৱা এগৰাকী প্ৰেমিকা! পিছে কিয় আৰু কিমান দৰমহা লয় জানেনে?

প্ৰতিমাহে প্ৰেমিকৰ পৰা দৰমহা লোৱা সেই বিশেষ প্ৰেমিকাগৰাকীৰ নাম হৈছে জৰ্জিনা ৰড্ৰিগেজ। ফুটবল জগতৰ সকলোৰে চিনাকী মুখ তথা বিশ্ববিখ্যাত ফুটবলখেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডো বিশ্বৰ অন্যতম ধনী খেলুৱৈ। নিজৰ ব্যক্তিগত জীৱনক লৈ সদায়ে চৰ্চিত হৈ থকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো বৰ্তমান চৰ্চালৈ আহিছে আন এক বিশেষ কাৰণৰ বাবেহে।

ৰোনাল্ডোৱে তেওঁ প্ৰেমিকাক প্ৰতিমাহে খৰচৰ বাবে দিব লাগে ভাৰতীয় মূল্যৰ হিচাপত প্ৰায় ৮০ লাখ টকা। ইয়াৰ পূৰ্বে ৰোনাল্ডোৱে তেওঁ প্ৰেমিকা জৰ্জিনাক ১.৫ কোটি টকাৰ এখন বিলাসী বাহনো উপহাৰ দিছিল। জৰ্জিনা আৰু ৰোনাল্ডো ২০১৭ চনৰ পৰা দুয়ো একেলগে বাস কৰি আহিছে। জৰ্জিনা পেচাত এগৰাকী মডেল। তেওঁ বিভিন্ন ব্যৱসায়ৰ বিজ্ঞাপনতো অভিনয় কিৰিছে। জৰ্জিনা ৰজ্ৰিগেজে প্ৰতিমাহে শিশুৰ যত্ন লোৱা আৰু অন্যান্য খৰচৰ বাবে ৮৩,০০০ পাউণ্ড (প্ৰায় ৮২ লাখ টকা) দৰমহা লয় ৰোনাল্ডোৰ পৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ ফ্লাইডুবাই বিমান আক্ৰমণ; ভাৰতীয় পাইলট স্মিত মাচ্ছাৰৰ সাহসিকতাৰ প্ৰশংসা ডুবাইৰ ক্ৰাউন প্ৰিন্সৰ

ফ্লাইডুবাইৰ বিমানত সহ-পাইলটৰ আক্ৰমণৰ পিছতো অসীম সাহস আৰু দায়িত্ববোধেৰে...

ঘিলামৰাৰ মেৰবিলত শোকাৱহ নাও দুৰ্ঘটনা;তিনিজনৰ মৃত্যু

ঢকুৱাখনাৰ ঘিলামৰাত সংঘটিত হৈছে এক শোকাৱহ নাও দুৰ্ঘটনা। মেৰবিলত...

এছিয়ান গেমছত সফল সামৰণি ভাৰতৰ; ২১টা স্বৰ্ণসহ মুঠ ৮৫ পদকেৰে পদক তালিকাৰ চতুৰ্থ স্থানত ভাৰত

জাপানত অনুষ্ঠিত এছিয়ান গেমছত সফলতাৰে অভিযান সামৰিলে ভাৰতে। প্ৰতিযোগিতাৰ...