দুৰ্ঘটনাত দুটুকুৰা এখন কাৰ্গো বিমান

আকাশমাৰ্গত বিমান দুৰ্ঘটনাৰ কথা আপুনি হয়তো শুনিবলৈ পাইছে। বিমান অবতৰণ কৰা সময়ত বিমান দুটুকুৰা হোৱা কেতিয়াবা শুনিছেনে? হয় তেনেকুৱা এক ঘটনাই ঘটিছে দক্ষিণ আমেৰিকাৰ কোষ্টা ৰিকাৰ ৰাজধানী চান জোছৰ জুয়ান ছাণ্টা মাৰিয়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। আপাতকালীন বিমান অবতৰণৰ সময়ত ৰানওৱেত বিমানখনৰ পিছৰ চকা দুটা পিচল খায় আৰু বিমানখন দুটুকুৰা হৈ পৰে।

Video: Cargo Plane Skids Off Runway, Splits In 2 During Emergency Landing At Costa Rica Airport

দুৰ্ঘটনাগ্ৰস্ত কাৰ্গো বিমানখন জাৰ্মান পৰিবহন কোম্পানীৰ আছিল। অবতৰণৰ সময়ত পিছলি বিমানখন মাটিত খুন্দা খাই দুটুকুৰা হয়। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ ফ্লাইডুবাই বিমান আক্ৰমণ; ভাৰতীয় পাইলট স্মিত মাচ্ছাৰৰ সাহসিকতাৰ প্ৰশংসা ডুবাইৰ ক্ৰাউন প্ৰিন্সৰ

ফ্লাইডুবাইৰ বিমানত সহ-পাইলটৰ আক্ৰমণৰ পিছতো অসীম সাহস আৰু দায়িত্ববোধেৰে...

ঘিলামৰাৰ মেৰবিলত শোকাৱহ নাও দুৰ্ঘটনা;তিনিজনৰ মৃত্যু

ঢকুৱাখনাৰ ঘিলামৰাত সংঘটিত হৈছে এক শোকাৱহ নাও দুৰ্ঘটনা। মেৰবিলত...

এছিয়ান গেমছত সফল সামৰণি ভাৰতৰ; ২১টা স্বৰ্ণসহ মুঠ ৮৫ পদকেৰে পদক তালিকাৰ চতুৰ্থ স্থানত ভাৰত

জাপানত অনুষ্ঠিত এছিয়ান গেমছত সফলতাৰে অভিযান সামৰিলে ভাৰতে। প্ৰতিযোগিতাৰ...