দেশৰ ১৩খন উচ্চ ন্যায়ালয়ে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ

দেশৰ ১৩খন উচ্চ ন্যায়ালয়ে শীঘ্রে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ। দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা নেতৃত্বাধীন ছুপ্রিম ক’ৰ্ট কলেজিয়ামে আঠগৰাকী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশৰ নামত অনুমোদন জনাইছে।

ইয়াৰ ভিতৰত আছে কলকাতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্রাপ্ত ন্যায়াধীশ ৰাজেশ জিন্দালৰ নামো। লক্ষণীয়ভাৱে পাঁচগৰাকী মুখ্য ন্যায়াধীশক অন্য উচ্চ ন্যায়ালয়লৈ স্থানান্তৰৰ ক্ষেত্রতো কলেজিয়ামে অনুমোদন জনাইছে।লক্ষণীয়ভাৱে, কলেজিয়ামৰ এই সিদ্ধান্তৰ কথা উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত আপলোড কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ৰাজ্যত আগন্তুক ৪-৫ দিনলৈ বৰষুণ-ধুমুহাৰ আগজাননী

ৰাজ্যত আগন্তুক ৪-৫ দিনলৈ বৰষুণ-ধুমুহাৰ আগজাননী। ঠায়ে ঠায়ে পাতলীয়াৰ...

অস্কাৰলৈ মনোনীত কিৰণ ৰাওৰ লাপাতা লেডীজ

অস্কাৰলৈ মনোনীত কিৰণ ৰাওৰ লাপাতা লেডীজ। ২০২৫ত ভাৰতক প্ৰতিনিধিত্ব...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং: আজিৰে পৰা জুনিয়ৰ, ছাৱ-জুনিয়ৰ শাখাৰ খেল

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা...

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...