ক’ভিডত বিধ্বস্ত কেৰালাত নিপাহ ভাইৰাছৰ সন্ত্ৰাস

ক’ভিডে বিধ্বস্ত কৰা কেৰালাত নিপাহ ভাইৰাছ। নিপাহ ভাইৰাছত আক্ৰান্ত এজন কিশোৰৰ মৃত্যু। আজি মৃত্যু হয় কেৰেলা কজিকড় জিলাৰ ১২ বছৰীয়া কিশোৰজনৰ। ১ ছেপ্টেম্বৰত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কিশোৰজনক। শিশুটিৰ সংস্পৰ্শলৈ অহা ১৭জনক ৰখা হৈছে নজৰত। উল্লেখ্য যে নিপাহ ভাইৰাছ মানুহৰ শৰীৰৰ লগতে ফেঁচা আৰু গাহৰিৰ দেহতো সহজে সংক্ৰমণ কৰে। বৰ্তমানলৈকে নিপাহ ভাইৰাছৰ কোনো চিকিৎসা বা ভেকচিন ওলোৱা নাই। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কেৰালালৈ নিপাহ ভাইৰাছ সম্পৰ্কে অনুসন্ধান চলোৱাৰ বাবে এটা চিকিৎসকৰ দল প্ৰেৰণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...