মুখ্যমন্ত্ৰীলৈ ভগৱান বিষ্ণুৰ অনন্ত শয্যা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটা বিশেষ উপহাৰ নলবাৰীৰ দীপক ৰাজবংশী নামৰ এজন শিল্পীৰ৷ ড° হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে দিব ভগৱান বিষ্ণুৰ অনন্ত শয্যা৷ সেয়ে ভগৱান বিষ্ণুৰ অনন্ত শয্যাৰ আৰ্হি সাজি উলিয়াইছে শিল্পীগৰাকীয়ে৷ কাঠৰ গুৰি,প্লাই আৰু আঠাজাতীয় সামগ্ৰীৰ সহায়ত সাজি উলিয়াইছে ভগৱান বিষ্ণুৰ এই বিশেষ অনন্ত শয্যাখন৷ প্ৰায় এমাহ ধৰি সাজি থকা অনন্ত শয্যাখনত খৰচ হৈছে প্ৰায় ৫০ হাজাৰ টকা৷ এতিয়াও কিছু কাম বাকী থকা ভগৱান বিষ্ণুৰ অনন্ত শয্যাখন ১৫ আগষ্টত মুখ্যমন্ত্ৰীক নিজ হাতে প্ৰদান কৰাৰ ইচ্ছা দীপক ৰাজবংশীৰ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...