ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি কোৱাৰ্টাৰ ফাইনেলত অস্মিতা পৰাস্ত হয় জাপানৰ বিৰুদ্ধে।।
বিশ্ব চেম্পিয়ন, প্ৰাক্তন ৱৰ্ল্ড নম্বৰ ৱান নজ’মি অকুহাৰাৰ বিৰুদ্ধে পৰাস্ত অস্মিতা।প্ৰথম ছেটত ১০-২১ত পৰাস্ত হ’লেও দ্বিতীয় ছেট ২১-১৭ত আগবাঢ়িছিল অস্মিতা। ১৬-২১ত তৃতীয় ছেট হেৰুৱাই বিদায় লয় প্ৰতিযোগিতাৰ পৰা।বিদায় ল’লেও প্ৰতিযোগিতাখনত চমক দিয়ে অস্মিতাই। প্ৰি-কোৱাৰ্টাৰত অস্মিতাই পৰাস্ত কৰিছিল তিনিবাৰৰ বিশ্ব চেম্পিয়নক। কোৱাৰ্টাৰতো আজি উজ্জীৱিত প্ৰদৰ্শন আগবঢ়ায় অসমৰ অস্মিতাই।ফ্ৰান্সৰ পেৰিচ চহৰত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

অৰুণাচল প্ৰদেশৰ একাধিক স্থানত ভাৰত-চীনৰ সেনাৰ মুখামুখি সংঘৰ্ষ অব্যাহত, স্বীকাৰ ITBPৰ মুৰব্বীৰ

অৰুণাচল প্ৰদেশৰ একাধিক স্থানত ভাৰত আৰু চীনৰ সেনাৰ মাজত...

জিঅ’ প্লেটফৰ্মছৰ ৩০,২০০ কোটি টকাৰ IPO-ত বিনিয়োগকাৰীৰ ব্যাপক সঁহাৰি

ভাৰতৰ ধনকুবেৰ মুকেশ আম্বানীৰ জিঅ’ প্লেটফৰ্মছ লিমিটেডৰ ৩০,২০০ কোটি...