APDCL য়ে ভংগ কৰিলে সৰ্বকালৰ অভিলেখ

গুৱাহাটী, ১ জুলাই, NKTV: সৰ্বকালৰ অভিলেখ ভংগ কৰিলে অসম পাৱাৰ ডিষ্ট্ৰিবিউচন কৰ্প’ৰেচন লিমিটেড চমুকৈ এপিডিচিএলএ। চলিত বৰ্ষৰ জুন মাহত এপিডিচিএলএ সংগ্ৰহ কৰিলে ৫০৮.৫৮ কোটি টকা।

শক্তিমন্ত্ৰী বিমল বৰাৰ দায়িত্বত থকা বিভাগটোৱে পূৰ্বৰ সকলোবোৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। কিছুদিন পূৰ্বেই মন্ত্ৰীগৰাকীয়ে জাৰি কৰিছিল নতুন নিয়ম। সময়মতে বিদ্যুতৰ মাচুল নিদিলে দৰমহা প্ৰদান কৰা নহ’ব বুলি মন্ত্ৰী গৰাকীয়ে কঠোৰ নিয়ম বান্ধি দিয়াৰ পিছতেই সষ্টম হৈ উঠিল ৰাজ্যবাসী।

জুন মাহত শক্তিমন্ত্ৰী বিমল বৰাই জাৰি কৰা এনে কঠোৰ নিৰ্দেশৰ পিছতেই চলিত মাহতেই এপিডিচিএলএ ৫০৮.৫৮ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...