১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন । Warwickshireৰ হৈ County Championship Division Oneত খেলি থকা ২৪ বছৰীয়া বাঁওহতীয়া স্পিনাৰে Glamorganৰ বিৰুদ্ধে মাত্ৰ ১৫টা বলত ৩টা উইকেট দখল কৰি এটাও ৰান খৰচ নকৰিলে।

ইয়াৰ লগে লগে প্ৰথম শ্ৰেণী ক্ৰিকেটৰ ১৩১ বছৰীয়া ইতিহাসত ৰান নিদিয়াকৈ ৩টা উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপে অভিলেখ গঢ়িলে সুথাৰে। ইয়াৰ পূৰ্বে ১৮৯৫ চনত Leicestershireৰ হৈ Tom Haywardএ ৬টা বলত এই কৃতিত্ব অৰ্জন কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো সুথাৰৰ আৰম্ভণি চমকপ্ৰদ। মাত্ৰ ৩খন Testতে ইতিমধ্যে ২৩টা উইকেট দখল কৰিছে এই উদীয়মান ভাৰতীয় স্পিনাৰ গৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...

হৃদয়বিদাৰক…কপিকুলেও বুজে মাতৃৰ মমতা; দুৰ্ঘটনাত নিহত মাতৃক এৰি নগ’ল কণমানি বান্দৰ পোৱালিয়ে

নুমলীগড়ৰ দৈগ্ৰোঙত সংঘটিত হ’ল এক হৃদয়বিদাৰক ঘটনা। এখন বাহনৰ...