ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰিখটাৰ স্কেলত প্ৰাবল্য ৪.১। ভূমিকম্পৰ মূল অভিকেন্দ্ৰ অসমৰ পৰা ২৯ কিলোমিটাৰ নিলগত। অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহতো অনুভূত হৈছে এই জোকাৰণি।