অৰুণাচলৰ গভীৰ নদীত জাঁপ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

ভাৰত চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি থকা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ নদীত সাঁতোৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি জনসাধাৰণক সতৰ্ক কৰিছে।

গভীৰ আৰু প্ৰবল সোঁত থকা নদীত নানিবলৈ ৰিজিজুৱে আহ্বান জনায়। বিশেষকৈ সাঁতুৰিব নাজানিলে নদীৰ পানীত নামিব নালাগে বুলি তেওঁ সতৰ্ক কৰে।

অৰুণাচল প্ৰদেশৰ নদীত ডুব গৈ ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

নদীৰ সৌন্দৰ্য উপভোগ কৰাৰ সময়ত সুৰক্ষাৰ প্ৰতি সজাগ হৈ থাকিবলৈ ৰিজিজুৱে সকলোকে আহ্বান জনাইছে।
ৰাইজক কি আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰহ্মপুত্ৰৰ বুকুত চীনৰ বিশ্বৰ সৰ্ববৃহৎ বান্ধ! চীনত বানৰ আশংকা বৃদ্ধিৰ সতৰ্কবাণী চীনৰ গৱেষকৰ

চীনে তিব্বতত নিৰ্মাণ কৰি থকা বিশ্বৰ সৰ্ববৃহৎ বান্ধ প্ৰকল্পক...

গুৱাহাটীৰ হোটেল বিলাস ইনত ৫জনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে SIT গঠন; ৬জনীয়া সদস্যৰে SITৰ দল গঠন

গুৱাহাটীৰ লাচিত নগৰস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত...

চলিত বৰ্ষত সৰ্বনিম্ন ৰূপৰ মূল্য! ৰূপ কিনাৰ এয়াই নেকি সঠিক সময়?

চলিত বৰ্ষত ৰূপৰ মূল্যত ব্যাপক পতন ঘটিছে। অভিলেখ সৃষ্টিকাৰী...