অসমৰ ৪ বিধ সামগ্ৰীয়ে লাভ কৰিলে GI টেগ

ৰাজ্যবাসীৰ বাবে সুখবৰ। পুনৰ অসমৰ ৪ বিধ সামগ্ৰীয়ে লাভ কৰিলে GI টেগ। বিহুত ব্যৱহৃত ম’হৰ শিঙৰ পেঁপা, কাৰ্বি আংলং হস্ততাত সামগ্ৰীলৈ GI টেগৰ স্বীকৃতি। GI টেগৰ স্বীকৃতি লাভ কৰিলে অসমৰ বাঁহৰ সামগ্ৰী আৰু দেউৰীসকলৰ হস্ততাঁত সামগ্ৰীয়েও।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই উদ্যোগৰ সৈতে জড়িত সকলো লোককে জনালে শুভেচ্ছা।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...