পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ নিথৰ দেহ। জু-ৰোড তিনিআলিৰ পিপাসিন্ধু পথৰ হাউচ নং 3(A)ত সংঘটিত হৈছে এই ঘটনা। চি** লৈ থকা অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। বাসগৃহটোৰ PGৰ আবাসী আছিল যুৱতীগৰাকী। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইটানগৰত ANSUৰ বন্ধত হিংসাত্মক পৰিস্থিতি; ৰাজপথত গাড়ী জ্বলাই প্ৰতিবাদ

শিক্ষা-সম্পৰ্কীয় কেইবাটাও দাবীক লৈ All Nyishi Students’ Union (ANSU)-এ...

মালিকে ১০ হাজাৰ টকা দৰমহা নিদিয়াৰ বাবে কৰ্মচাৰীয়ে জ্বলালে ২৪ কোটি টকাৰ সামগ্ৰী

মালিক-কৰ্মচাৰীৰ মাজৰ ১০ হাজাৰ টকাৰ দৰমহাৰ বিবাদে যে ইমান...

নীৰৱ সাংবাদিকতাৰ শক্তি; নিৰ্বাচন আয়োগৰ ভিতৰুৱা খবৰ অনুসন্ধান কৰি চৰ্চাত এগৰাকী সাংবাদিক

কিছুমান সাংবাদিকে ক্ষমতাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হৈ চৈৰ...