কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ ডকাইতি। ভয়-ভাবুকি দেখুৱাই এজন বয়োজ্যেষ্ঠ লোকৰ পৰা দুৰ্বৃত্তই লুটি নিলে ১৯হাজাৰ টকা। জখলাবন্ধাৰ শেনচোৱাৰ কেশৱ দাস নামৰ লোকজনৰ সৈতে সংঘটিত হৈছে এই ঘটনা।

বেংকৰ পৰা ধন উলিয়াই আনিছিল লোকজনে। তেতিয়াই ২ দুৰ্বৃত্তই ভয় ভাবুকি প্ৰদান কৰি লুটি নিয়ে ধনখিনি। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। স্বাভাৱিকতেই আতংকিত হৈ পৰিছে কলিয়াবৰৰ ৰাইজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...