মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে কামাখ্যা ধামত মুখ্যমন্ত্ৰী

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে কামাখ্যাধামত মুখ্যমন্ত্ৰী।
মা কামাখ্যাৰ আশিস ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মা কামাখ্যাৰ শ্ৰী চৰণত আজি প্ৰাৰ্থনা জনালোঁঃ মুখ্যমন্ত্ৰী
‘অহা ৫ বছৰ কাৰ্যকালত অসমীয়া জাতিৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত ৰাখিব পাৰে’।
‘অসম খনক যাতে আমি সকলো ফালৰ পৰা আগুৱাই লৈ যাব পাৰোঁ’ ।
‘তাৰ কাৰণে মা কামাখ্যাৰ শ্ৰী চৰণত আজি প্ৰাৰ্থনা জনালোঁ’।
‘মহামায়া মা কামাখ্যাৰ আশীৰ্বাদত অসম খন অনিৰুদ্ধ গতিৰে আগবাঢ়ি যাব’।
পবন খেড়া সন্দৰ্ভতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।
‘আপোনালোকে খবৰ লওক কিন্তু অসমত পেৰাৰ সুৱাদ ভাল’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...